ডিজিটেল ডেস্কঃ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিং লাভ কৰাৰ এসপ্তাহ পিছতে অৱনমিত হ’ব লগা হ’ল অলিম্পিক ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা পি ভি সিন্ধু।

শেহতীয়াভাৱে বিশ্ব বেডমিন্টন সন্থাই প্ৰকাশ কৰা ৰেংকিঙত পঞ্চম স্থানত আছে ভাৰতীয় শ্বাটলাৰ গৰাকী। ইয়াৰ পূৰ্বে প্ৰকাশ পোৱা তালিকাত তেওঁ কেৰিয়াৰৰ সৰ্বোচ্চ দ্বিতীয় ৰেংকিং লাভ কৰিছিল।

মালেছিয়া অ’পেনৰ প্ৰথম ৰাউণ্ডৰ পৰা বিদায় লোৱাৰ বাবে এনেদৰে অৱনমিত হব লগা হৈছে সিন্ধুৱে।