11
কোকৰাঝাৰঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কীৰ্তিৰ সশ্ৰদ্ধ সোঁৱৰণৰ মাজতে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত সদৰ চহৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত বিষ্ণু প্ৰসাদ ৰাভাৰ ৪৮ সংখ্যাক মৃত্যু বাৰ্ষিকী পালন কৰা হয়।
বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলিৰে আৰম্ভ হোৱা অনুষ্ঠানত জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে আদৰণি ভাষণ পাঠ কৰে।