61
তেজপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ ভিন্ন স্থানত আজি সুন্দৰৰ পূজাৰী, সুৰৰ উপাসক কলাগুৰু বিষ্ণু ৰাভাক স্মৰণ কৰা হয়।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত বলিষ্ঠতাৰে নিজক জড়িত কৰি সাম্যবাদী আন্দোলন গঢ়ি আমৃত্যু সংগ্ৰামী সত্বাৰে শিল্প সাধনাত কৰি যোৱা শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰত বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনায়।