77
কাজলগাঁওঃ ঘোষিত কাৰ্যসূচী অনুযায়ী চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বাসুগাঁও ৰেল ষ্টেচনত পুৱাৰে পৰা ৰেলপথ অৱৰোধ কৰিছে আক্ৰাছুৱে৷
কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৱে৷