47
ডিজিটেল ডেস্কঃ কইনাৰ বয়স ৭১, দৰা আকৌ ১৬ বছৰীয়া। বয়সৰ এই ব্যৱধানক একাষৰীয়া কৰি বিবাহপাশত আৱদ্ধ হ’ল ইণ্ডোনেছিয়াৰ প্ৰেমিকযুগল।
পৰিয়াল আৰু গঞা বৰমূৰীয়াৰ ওজৰ-আপত্তিক আওকাণ কৰি দুয়ো অৱশেষত সংসাৰ তৰিলে। ভাৰস্তৰ সকলোৰে গালি-শপনিক অগ্ৰাহ্য কৰি প্ৰেমক স্বীকৃতি দিলে দুয়োজনে।