Home ৰাজ্যকেবিনেট মৰ্যাদা এৰি ৰাজেন গোহাঁইয়ে ক’লে, ‘মুখ্যমন্ত্ৰীৰ হাতত সুৰক্ষিত নহয় অসম!’

কেবিনেট মৰ্যাদা এৰি ৰাজেন গোহাঁইয়ে ক’লে, ‘মুখ্যমন্ত্ৰীৰ হাতত সুৰক্ষিত নহয় অসম!’

by News Desk
A+A-
Reset
rajen-gohain

গুৱাহাটীঃ বিশ্বৰ সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অসন্তুষ্টি। নতুন আৰু পুৰণি বিজেপিৰ মাজত আৰম্ভ হোৱা শীতল সংঘাতে লাহে লাহে ধুমুহাৰ ৰূপ ল’বলৈ ধৰা পৰিলক্ষিত হৈছে। অশোক শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে জ্যেষ্ঠ বিজেপি নেতাই তথাকথিত নতুন নেতাৰ দ্বাৰা পৰিচালিত বিজেপিত উপেক্ষিত হোৱাৰ অভিযোগ তোলাৰ সময়তে এইবাৰ পুনৰ সৰৱ হৈ পৰিল আন এগৰাকী দলৰ জ্যেষ্ঠ নেতা।

৪ বাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱাৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইয়ে শুকুৰবাৰে তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে। আজি দিনৰ ভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সচিব প্ৰশান্ত কাঠকটীয়াক পদত্যাগ পত্ৰ অৰ্পণ কৰি উক্ত দায়িত্বৰ পৰা অব্যাহতি লয় দলৰ জ্যেষ্ঠা নেতাগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0