127
newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৪ সংখ্যক জন্মদিন। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনত তেওঁৰ সমাধিস্থলীত উপস্থিত হৈ কংগ্ৰেছ নেতা তথা পৰিয়ালে তেওঁৰ প্ৰতি প্ৰাৰ্থনা জনাই সশ্ৰদ্ধ সোঁৱৰণ কৰে।
সমাধিস্থলত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী উপস্থিতিৰ লগতে স্বামীৰ সৈতে প্ৰিয়ংকা গান্ধীয়েও পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।