71
ডিজিটেল ডেস্কঃ অৰ্ধবসনা আইটেম গাৰ্ল হিচাপে দৰ্শকৰ মাজত পৰিচিত ৰাখী ছাৱন্ত। ভিন্ন সময়ত অনাহুত বাদানুবাদৰ সূচনা কৰা বেপৰোৱা অভিনেত্ৰীগৰাকী কিন্তু এতিয়া সলনি হৈছে।
নিজৰ ইচ্ছা নাথাকিলেও পৰিস্থিতিৰ পাকচক্ৰত পৰি সলনি হবলৈ বাধ্য হৈছে ৰাখী। সচৰাচৰ স্বল্প বসনৰে ৰিল আৰু ৰিয়েল লাইফতো দেখা দিয়া ৰাখীয়ে শিকিছে সংস্কাৰ।