67
নগাঁওঃ নগাঁও জিলাৰ ননৈ নিবাসী তথা ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ৰামেশ্বৰ বৰা (৭১)ৰ সোমবাৰে নিশা নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।
দীৰ্ঘদিন ধৰি শ্বাস প্ৰশ্বাস জনিত ৰোগত ভূগি থকা বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধই বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।