64
তুলসীবাৰীঃ ৰঙিয়া চহৰৰ সমীপৰ তৰণীত মঙলবাৰৰ পৰা অনুষ্ঠিত হ’ব ক্ৰিকেট প্ৰতিযোগিতা৷
১৬ আৰু ১৭ জানুৱাৰীত প্ৰয়াত ললিত চন্দ্ৰ শালৈ, তৰুণ চন্দ্ৰ ঠাকুৰীয়া, কৰুণা বৰ্মণৰ সোঁৱৰণত প্ৰাইজমানি টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷