173
ৰঙিয়াঃ ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ২৫ লাখ টকা মূল্যৰ ড্ৰাগছ। ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বালাবনগাঁৱৰ আবুল আলীৰ ঘৰৰপৰা জব্দ কৰা হৈছে আঢ়ৈ কেজি আফিঙৰ ওপৰিও ১২০ গ্ৰাম হেৰ’ইন।
