69
ৰঙিয়াঃ পাকিস্থানৰ পোহনীয়া জইছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোয়ে কাশ্মীৰত কৰ্মৰত চি আৰ পি এফৰ জোৱানৰ ওপৰত চলোৱা ভয়াবহ আক্ৰমণৰ পাছতে পাকিস্থানৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ দেশ।
৪২ জন চি আৰ পি এফ জোৱানে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱাৰ পাছত পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু সেনাবাহিনীক অহ্বান জনাইছে ভাৰতৰ প্ৰতিজন লোকে।