110
জম্মুঃ জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰিত শনিবাৰে আকৌ এজন ভাৰতীয় সেনা ছহিদ হয়। এটা বোমা নিষ্ক্ৰিয় কৰাৰ সময়তে বোমাটো বিস্ফুৰিত হয়। সেনাৰ উঞ্জিনিয়াৰিং শাখাৰ মেজৰ পদৰ সমকক্ষ বিষয়াজন নিহত হোৱাৰ লগতে এজন জোৱানো আহত হয়।
নিয়ন্ত্ৰণ ৰেখাৰপৰা ডেৰ কিল’নিটাৰ ভিতৰত অনুপ্ৰৱেশকাৰীয়ে বোমাটো সংস্থাপিত কৰিছিল।