Home ৰাজ্যৰঙিয়াত পুৱাই লাগিল হুৱা-দুৱা, ৰেলৰ তলত সোমাল যুৱক

ৰঙিয়াত পুৱাই লাগিল হুৱা-দুৱা, ৰেলৰ তলত সোমাল যুৱক

by News Desk
73 views
A+A-
Reset

ৰঙিয়াঃ শনিবাৰে পুৱাই ৰঙিয়াত চহৰৰ মাজ মজিয়াত ঘটিল অঘটন৷ ৰঙিয়া তিনিআলিক ৰেলগেট পাৰ হ’ব বিছাৰোতেই এগৰাকী যুৱক ৰেলৰ তলত সোমাই পৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷ যুৱকজন ৰঙিয়া তিনিআলিৰ বিনয় দাস বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, যুৱকজনে দৌৰাদৌৰিকৈ ৰেল লাইন পাৰ হ’ল বিছাৰোতেই ৰেলৰ তলত সোমাই গুৰুতৰ ভাৱে আহত হয়৷

ততাতৈয়াকৈ স্থানীয় লোকে সমীপৰে ব্যাক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰাই। নাৰ্চিং হোমত চিকিৎসকে যুৱকজনক চিকিৎসা কৰাত হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে । তাৰ পিছত উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত GNRC হাস্পতাললৈ প্ৰেৰণ কৰা হয় যুৱকজনক। নিজ গৃহাভিমুখে যোৱাৰ বাবে ৰেল লাইন পাৰ হ’ব বিছাৰিছিল যুৱকজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0