142
নলবাৰীঃ বক্সিং, বডি বিল্ডিংৰ পিছত এইবাৰ নৃত্যত জিলিকি উঠিল অসমৰ এগৰাকী কিশোৰী৷ ১১ বছৰীয়া কিশোৰীগৰাকীয়ে নজ সাধনাৰ ফলত জিলিকি উঠিল মুম্বাইত৷
মুম্বাইত অনুষ্ঠিত এক সৰ্ব ভাৰতীয় নৃত্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে আধুনিক নৃত্য, লোক নৃত্য আৰু সত্ৰীয় নৃত্যত প্ৰথম স্থান দখল কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷