49
মাৰ্ঘেৰিটাঃ ৰাজ্যত সংঘটিত হৈ আছে ইটোৰ পিছত সিটো ধৰ্ষণ কাণ্ড৷ চৰকাৰে ধৰ্ষণ ৰোধ কৰাৰ চেষ্টাৰে নতুন আইন প্ৰণয়ন কৰিছে যদিও ওৰ পৰা নাই ধৰ্ষণৰ দৰে জঘন্য কাণ্ডৰ৷ বৰং দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷
►পঢ়িবলৈ ক্লিক কৰক- শিৱসাগৰত ক’লা মিলিটাৰীৰ সন্ত্ৰাস, আক্ৰান্ত ৪০০