68
ডিজিটেল ডেস্কঃ নিজ কন্যাৰ ধৰ্ষণকাৰীক বচাবলৈ পিতৃয়ে ললে ৫ লাখ টকা। আদালতত ধৰ্ষণ কাণ্ডৰ সাক্ষ্য সলনি কৰাৰ বাবে টকা লয় পিতৃয়ে। এই তথা নিৰ্যাতিতা ১৫ বছৰীয়া কন্যাই অৱগত হোৱাত কাষ চাপে আৰক্ষীৰ। দিল্লীৰ প্ৰেম নগৰৰ অমন বিহাৰ এলেকাৰ ঘটনা এয়া।
অভিভাৱকে অভিযুক্তৰ পৰা লোৱা পাঁচ লাখ টকা আগধন লোৱাৰ কথা গোপনে অৱগত হৈ নাবালিকাগৰাকীয়ে পিতৃ-মাতৃৰ বিৰুদ্ধে খোদ আৰক্ষী থানাত উপস্থিত হয়।