Home ৰাজ্যবটদ্ৰৱাৰ হাইডুবিত ধৰ্ষণৰ বলি হল ১৪ বছৰীয়া নাবালিকা

বটদ্ৰৱাৰ হাইডুবিত ধৰ্ষণৰ বলি হল ১৪ বছৰীয়া নাবালিকা

by News Desk
99 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবিত সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা এক নাবালিকাক ধৰ্ষণকাণ্ডৰ ঘটনা। বটদ্ৰৱাৰ ভোমোৰাগুৰি লালুং গাঁৱত মাত্ৰ কেইটামান মাহ পূৰ্বে এগৰকী নাবালিকাক মানবতাৰ নামত কলংক কেইটামান নৰপিশাচে ধৰ্ষণ কৰি জ্বলাই হত্যা কৰাৰ পিছত যোৱা সপ্তাহত ধনীয়াভেটি চৌৰাপাৰাত এগৰাকী বিধৱা মহিলাক ধৰ্ষণৰ চেষ্টা চলাওতে সাহসী মহিলা গৰাকীৰ দাৰ ঘাপত গুপ্তাংগ কটা গৈছিল কাছেম আলী নামৰ লম্পট জনৰ।

সেই চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বটদ্ৰৱাৰ হাইডুবি গাঁৱত ধৰ্ষণৰ বলি হ’বলগা হ’ল এগৰাকী ১৪ বছৰীয়া নাবালিকা৷ বৃহস্পতিবাৰে নিশা  নাবালিক গৰাকীয়ে ঘৰৰ বাহিৰলৈ যোৱাৰ লগে লগে আগৰে পৰা খাপ পিটি থকা একে গাঁৱৰে লম্পট ছাদিকুল ইছলাম নামৰ পাষণ্ডজনে নাবালিকা গৰাকীক মুখত সোপা দি যৌন নিৰ্যাতন চলায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0