53
ধেমাজি/চিচিবৰগাঁওঃ ৰাজ্য কপাই যোৱা চিলাপথাৰ কাণ্ডৰ নায়ক সুবোধ বিশ্বাসসহ ৫৪জনৰ জামিন আবেদন পুনৰ নাকচ কৰে আদালতে৷
চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাস, সুভাস বিশ্বাস, বেণীমাধৱ ৰায়, সহদেৱ দাসসহ ৫৪ গৰাকী অভিযুক্তৰ জামিন আবেদন আজি ধেমাজিৰ সত্ৰ ন্যায়ধীশৰ আদালতে নাকচ কৰে।