Home ৰাজ্যমাজুলীৰ কমলাবাৰী ফেৰীঘাটত ৪খন বিশেষ ফেৰী সেৱা মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ

মাজুলীৰ কমলাবাৰী ফেৰীঘাটত ৪খন বিশেষ ফেৰী সেৱা মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ

by News Desk
110 views
A+A-
Reset

newsnextone.com | মাজুলীঃ বৃহস্পতিবাৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মাজুলি জিলাৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ, জিলা বিজেপিৰ সভাপতি দিপক গোস্বামীৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ সমষ্টি মাজুলীৰ কমলাবাৰী ফেৰীঘাটত ৪খন বিশেষ ফেৰী সেৱা মুকলি কৰে। পুৱা মুখ্যমন্ত্ৰী সোণােৱালে কমলাবাৰী ফেৰীঘাটত উপস্থিত হৈ কেইবাশতাধিক লোকৰ উপস্থিতিত ফেৰী সেৱা মুকলি কৰে।

মাজুলীবাসীৰ যাতায়তৰ বাবে ৰাজ‍্য চৰকাৰ এই পদক্ষেপ গ্ৰহণ কৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ জৰিয়তে মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। 
৪ খনকৈ জাহাজ আনুষ্ঠানিক ভাৱে মাজুলীবাসীক অৰ্পণ কৰে। মাজুলীৰ পৰা আঁহত গুৰি অঞ্চলকো আভ্যন্তৰীণ জল পৰিবহণ সেৱাই সামৰি মিছামৰা আঁহতগুৰি পাৰঘাটত ফেৰী সেৱাও মুৰলি কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0