Home ক্ৰীড়াএই পতন, এই উত্থান… অৱশেষত ‘টীম ইণ্ডিয়া’ত অসমৰ ৰিয়ান পৰাগে পালে স্থান

এই পতন, এই উত্থান… অৱশেষত ‘টীম ইণ্ডিয়া’ত অসমৰ ৰিয়ান পৰাগে পালে স্থান

by News Desk
A+A-
Reset
riyan-parag-india-team

কেতিয়াবা সমালোচনা, কেতিয়াবা প্ৰশংসা! এনেকৈয়ে সময়ৰ বাটকুৰি বাই পুনৰ এবাৰ বিশ্বৰ বুকুত অসমীয়াক জিলিকাবলৈ সাজু হৈছে আন এগৰাকী অসমীয়া। শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেটৰ মহা উদযাপন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কৰা প্ৰদৰ্শনেৰে ক্ৰিকেট প্ৰেমীৰ মাজত চৰ্চিত হৈ উঠাৰ পিছত এইবাৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম সন্তান ৰিয়ান পৰাগে। ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে ৰিয়ান পৰাগক শুভেচ্ছা আৰু অভিনন্দনেৰে উপচাই দিছে অসমবাসীয়ে।

চলি থকা বিশ্বকাপ ক্ৰিকেটৰ ঠিক পিছতে অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ জিম্বাবৱে’ ট্যু’ৰৰ বাবে বি চি চি আইয়ে সোমবাৰে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিছে ৰিয়ান পৰাগে। ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নীলা জাৰ্চিৰ বাবে এগৰাকী অসমীয়া প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে এতিয়া সুখৰ বন্যা বোৱাইছে সমগ্ৰ অসমত। বি চি চি আইৰ নিৰ্বাচন সমিতিয়ে জিম্বাবৱে’ ট্যুৰ’ৰ বাবে দলৰ তালিকা ঘোষণা কৰাৰ পিছতে ফটকা ফুটাই ৰিয়ানলৈ শুভকামনা জনাইছে বহুতে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0