66
ডিজিটেল ডেস্কঃ নাছাত নিযুক্ত হ’ল তৃতীয়গৰাকী ভাৰতীয়৷ ৩৯ বছৰীয়া ভাৰতীয় মুলৰ ৰাজা ছাৰীক মহাকাশ যাত্ৰাৰ শ্ৰেণীৰ বাবে নাছাত নিযুক্ত দিয়া হৈছে৷
নাছাৰ ৱেৱছাইটত প্ৰকাশ হৈছে এই তথ্য৷ উক্ত শ্ৰেণীৰ বাবে ১৮ হাজাৰ ৩০০ জনে আবেদন কৰিছিল৷ উক্ত আবেদনকাৰীসকলৰ মাজত ১২ গৰাকীক নিৰ্বাচিত কৰিছে নাছাই৷