Home ৰাজ্যকোকৰাঝাৰৰ বালাগাঁৱত দুৰ্ঘটনা, নিহত ১ আহত ৫

কোকৰাঝাৰৰ বালাগাঁৱত দুৰ্ঘটনা, নিহত ১ আহত ৫

by News Desk
77 views
A+A-
Reset

কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰৰ বালাগাঁৱৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখত ভয়ানক পথ দূৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ৫গৰাকী লোক গুৰুতৰভাৱে আহত হয়। নিহত লোকজন কোকৰাঝাৰৰ নিউ টিলাপাৰাৰ শুক্লেশ্বৰ ব্ৰহ্ম (৪৭) বুলি জানিব পৰা গৈছে৷

শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত জিলাখনৰ আইঠুগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক দেৱদাস ওৱাৰী(৬৪)য়ে নিজে চলাই অহা এএচ-১৭-৩৭১৬ নম্বৰৰ মাৰুতী ওৱাগনাৰ গাড়ীৰে প্ৰচণ্ড গতিৰে কেবাজনো পথচাৰীক মহটিয়াই নিয়ে। চাইকেল আৰোহী পথচাৰীক মহটিয়াই ত্ৰাসৰ সৃষ্টি কৰা দেৱদাস ওৱাৰী নিজেও শেষত দূৰ্ঘটনাগ্ৰস্থ হয় আৰু গুৰুতৰভাৱে আহত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0