63
মৰাণঃ ডিব্ৰুগড় জিলাৰ মৰাণত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰ ভাবে আহত হোৱাৰ খবৰ পোৱা গৈছে। জনিব পৰা মতে, এল পি জি কঢ়িযায় আনি থকা ট্ৰাক এখনে ডিব্ৰুগড়ৰ ডুমুৰ দুলুং টি স্কুলৰ প্ৰায় ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িযায় আনি থকা এখন স্কুল বাছত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
ফলত মৰাণত হাহাকাৰৰ পৰিবেশৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীসকলে মৰণ কাটৰ চিঞৰ বাখৰ কৰে। ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি ৰাইজ তথা আৰক্ষীয়ে৷