Home ৰাজ্যকামপুৰৰ বাহাকাবাৰীত পথ দুৰ্ঘটনা

কামপুৰৰ বাহাকাবাৰীত পথ দুৰ্ঘটনা

by News Desk
72 views
A+A-
Reset

বাহাকাবাৰীঃ নগাঁও জিলাৰ কামপুৰত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷ দুৰ্গা পূজাৰ উলাহ-মালহৰ মাজতে কামপুৰ-ৰহা পথৰ বাহাকাবাৰীত কাৰ্বি আংলংৰ হামৰেঙ প্ৰশাসনৰ এগৰাকী বিষয়াৰ গাড়ীয়ে মহটিয়াই মটৰ চাইকেল আৰোহীক।

বিষয়া গৰাকীৰ তীব্র বেগী গাড়ীয়ে একে দিশেৰে গৈ থকা মটৰ চাইকেলত পিছ ফালৰ পৰা খুন্দা মাৰে। ফলত মটৰচাইকেল আৰোহী বহু দুৰত ছিটিকি পৰে৷ স্থানীয় ৰাইজ তথা কামপুৰ আৰক্ষীয়ে মটৰচাইকেল আৰোহী দিলীপ হীৰা বাপ্পীক সংকটজনক অৱস্থাত কামপুৰ FRUত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। দিলীপ  হীৰা ঘৰ কামপুৰৰ বাহাকাবাৰী আটি গাঁৱত বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0