74
ওদালগুৰিঃ ওদালগুৰি জিলাৰ ওদালগুৰি চহৰৰ মাজমাজিয়াত দেওবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১২ বজাত এখন তীব্ৰবেগী বাইকে মানস প্ৰতিম দাস নামৰ যুৱকজনক খুন্দা মাৰে৷ ওদালগুৰি ৰেল গেটৰ সমীপত বাইকৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় যুৱকজন।