পথত যুদ্ধকালীন তৎপৰতা, অসহায় বিধায়কৰ ঘৰলৈ যোৱা পথ নিৰ্মাণ কৰিলে...

Home ৰাজ্যপথত যুদ্ধকালীন তৎপৰতা, অসহায় বিধায়কৰ ঘৰলৈ যোৱা পথ নিৰ্মাণ কৰিলে ৰাইজে

পথত যুদ্ধকালীন তৎপৰতা, অসহায় বিধায়কৰ ঘৰলৈ যোৱা পথ নিৰ্মাণ কৰিলে ৰাইজে

by News Desk
66 views
A+A-
Reset

খাৰুপেটীয়াঃ চৰকাৰ তথা জনপ্ৰতিনিধিয়ে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত হাতে হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল ৰাইজ৷ ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰম দান কৰি পথ নিৰ্মাণ কৰিবলৈ ওলাই আহি নিৰ্বাচনত নেতাক চাই লোৱাৰ হুংকাৰ দিয়ে৷ বিগত কেইবা দিন ধৰি ৰাইজে অৰ্থ সংগ্ৰহ কৰি সোমবাৰে যুদ্ধকালীন তৎপৰতাৰে পথ নিৰ্মাণ কৰে৷

দৰং জিলাৰ দলগাঁও সমষ্টিৰ খাৰুপেটীয়া নগৰ সমিতিৰ অন্তৰ্গত ওৱাহাব নগৰৰ ৭নং ৱার্ডৰ সদ্য ব্যস্ত মূল পথটো ৰাইজে নিৰ্মাণ কৰে৷ পথটোৰ জৰাজীৰ্ণ অৱস্থাই যমৰ-যাতনা ভোগ কৰি আহিছে ৰাইজে৷ স্থানীয় বিধায়ক তথা নগৰ সমিতিক পথটো নিৰ্মাণৰ বাবে বাৰে দাবী জনাই অহাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাত যাতায়তৰ সুবিধাৰ বাবে গাঁঠিৰ ধন ভাঙি শিল-বালিৰে পথটো নিৰ্মাণ কৰে ৰাইজে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0