7
মোৰাঝাৰঃ হোজাইত আৰএছএছৰ নেতাই কৰিলে ইফতাৰ৷ কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই সত্য৷ সততে মুছলিম বিৰোধী বুলি চৰ্চাত থকা আৰএছএছৰ নেতাই নাগপুৰৰ পৰা আহি হোজাইত কৰিলে ইফতাৰ৷
হোজাইৰ ব্যৱসায়ী তথা আছিয়ান বিজনেছ কাউন্সিলৰ লাউছ শাখাৰ সভাপতি হবিব মহম্মদ চৌধুৰীয়ে আজি হোজাইস্থিত বাসভৱনত আয়োজন কৰা ইফতাৰ পাৰ্টিত ভাগ লয় নাগপুৰৰ আৰএছএছৰ প্ৰতিনিধিয়ে৷