59
খাৰুপেটীয়াঃ একৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সঁচাকৈয়ে ভূলুন্ঠিত হৈছে নেকি মানৱতা ৷ তেনে দৰে ভৱাৰে অৱকাশ আনি দিছে দৰঙৰ দৰং জিলাৰ এক নৃশংস ঘটনাই ৷ মাতৃ স্নেহকো চেৰ পেলালে পাশানতাই ৷
ঘটনাৰ বিৱৰণি মতে, দৰঙৰ খাৰুপেটীয়াৰ টাংনী নৈৰ দলঙৰ তলত পাষাণ হৃদয়ৰ মাতৃয়ে পেলাই থৈ গ’ল এটি কন্যা সন্তান।