64
গোলকগঞ্জঃ উন্নয়নকামী শ্ল’গান দি শাসনাধিষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ যোৱা ডেৰটা বছৰত উন্নয়ন ন’ল ৰাজ্যৰ বাট পথ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জৰাজীৰ্ণ বাট-পথে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক৷
মিথ্যাচাৰী চৰকাৰৰ দিনৰ উন্নয়ন আশা নকৰি এইবাৰ সজল ফাউণ্ডেচন নামৰ বে-চৰকাৰী সংস্থাটোয়ে ধুবুৰী জিলাৰ ধুবুৰী কচুগাঁও গড়কাপ্তানি পথটো লক্ষ্যাধিক টকা ব্যায়েৰে মেৰামতি কৰি সংশ্লিষ্ট বিভাগক প্ৰত্যাহ্বান জনায়।