Home বিনোদনএকেখন পৰ্দাত ছলমান খান আৰু ৰাণী মূখাৰ্জী

একেখন পৰ্দাত ছলমান খান আৰু ৰাণী মূখাৰ্জী

by News Desk
78 views
A+A-
Reset

ডিজিটেল ডেস্কঃ যোৱা দুটা দশকত ছলমান খান আৰু ৰাণী মূখাৰ্জীয়ে একেলগে প্ৰায় ছয় খন বোলছবিত কাম কৰিছে৷ কিন্তু কেইবাবছৰো ধৰি তেওঁলোকক একেলগে দেখিবলৈ পোৱা হোৱা নাছিল। কিন্তু সুখৰ খবৰ যে অনতি পলমে তেওঁলোকক একেলগে একেটা চিনেমাঘৰতে দেখিবলৈ পোৱা যাব। এই পপুলাৰ যুটিটো চিত্ৰপ্ৰেমী সকলে দেখিবলৈ পাব অহা খ্ৰীষ্টমাছত।

দৰাচলতে, দুয়ো অভিনেতা অভিনেত্ৰীক একেখন চিনেমাত নহয়, দুয়োৰে নিজা নিজা চিনেমাৰ কাৰণেহে একেলগে দেখা পাব দুয়োৰে অনুৰাগী সকলে৷অহা খ্ৰীষ্টমাছত ছলমানৰ নৱতম চিনেমা ‘টাইগাৰ জিন্দা হ্যে’ ৰ মুক্তিৰ দিনাখন ৰাণী মূখাৰ্জীৰ ‘হিচকী’ বোলছবিখনৰ ট্রেইলাৰো মুক্তি দিয়া হ’ব। সেয়েহে চিত্ৰপ্ৰেমী সকলে  চলমানক চোৱাৰ লগতে দেখিবলৈ পাব ৰাণীকো।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0