Home ৰাজ্যচামগুৰিৰ লাওখোৱাত অপৰিবৰ্তিত বান পৰিস্থিতি

চামগুৰিৰ লাওখোৱাত অপৰিবৰ্তিত বান পৰিস্থিতি

by News Desk
90 views
A+A-
Reset

ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি সমষ্টি অন্তৰ্গত লাওখোৱাৰ ৩ নং ভুৰবন্ধা কৃষিবান্ধটো দেওবাৰে বিয়লি ভাঙি যোৱাৰ ফলত বৰ্তমান ১ নং ভুৰবন্ধাৰ লগতে সমগ্ৰ লাওখোৱা অঞ্চলত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে৷

বৰ্তমান ক্ৰমাৎ জটিল হৈ পৰিছে লাওখোৱাৰ বান পৰিস্থিতি৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ইখনৰ পাছত সিখনকৈ গাঁও৷ বৰ্তমানেও বানত আৱদ্ধ বহুকেইটা পৰিয়াল৷ স্থানীয় যুৱকে নাওৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ কিন্তু নিৰ্বিকাৰ প্ৰশাসন, বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0