Home প্ৰযুক্তিপুৰণিগুদামৰ ঐতিহাসিক মিনাৰ অক্ষতভাৱে আঁতৰাই নিয়া হ’ল ৪৫ ফুট, বাকী আছে ২৫ ফুট

পুৰণিগুদামৰ ঐতিহাসিক মিনাৰ অক্ষতভাৱে আঁতৰাই নিয়া হ’ল ৪৫ ফুট, বাকী আছে ২৫ ফুট

by News Desk
A+A-
Reset
pg

চামগুৰিঃ হিন্দু-মুছলমানৰ মিলনভূমি হিচাপে খ্যাত নগাঁও জিলাৰ পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ১ঌo৯ চনত স্থাপন হোৱা দুমহলীয়া মছজিদৰ মীনাৰটো অসমীয়া নতুন বছৰৰ আৰম্ভণিতে স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অতি ক্ষীপ্ৰতাৰে। 

১ঌo৯ চনত পুৰণিগুদামৰ এগৰাকী স্থানীয় ব্যক্তি ছাজিদুৰ ৰহমানৰ মাতৃৰ আৰ্থিক অনুদানৰে বৰ্তমানৰ বাংলাদেশৰ ঢাকাৰ এগৰাকী প্ৰসিদ্ধ ৰাজ মিস্ত্ৰীৰিয়ে এই মিনাৰটো নিৰ্মাণ কৰি উলিয়াইছিল। লোহাৰ ৰ’দৰ সলনি পৈণত তামোল গছ আৰু পৈণত বাঁহ আদিৰ লগতে চিমেন্ট পৰিৱৰ্তে চূণ, ধূণা, হাঁহ কণী, মাটিমাহ আদি ব্যৱহাৰ কৰি কামাখ্যা মন্দিৰ আৰু ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা দুখলপীয়া মিনাৰটো ১৯৫০ চনৰ বৰভূঁইকপৰ লগতে গধুৰ যানবাহনৰ দুৰ্ঘটনাৰ পৰাও সুৰক্ষিতহৈ অক্ষত অৱস্থাত থকা তথা বিগত ১১২ বছৰে ঐতিহ্য বহন কৰি ৰখা দুই মহলীয়া মিনাৰটো স্থানান্তৰ কৰাক লৈ সম্প্ৰতি উৎফুল্লিত হৈ পৰিছে সমূহ পুৰণিগুদামবাসী। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0