Home ৰাজ্যপুৰণিগুদামত অংগাভিনয়ৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ আৰম্ভণি

পুৰণিগুদামত অংগাভিনয়ৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ আৰম্ভণি

by News Desk
A+A-
Reset
6f15886c-2548-4427-b758-463956dd3129

ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান অংগাভিনয় অসমৰ উদ্যোগত আয়োজন কৰা গ্ৰীস্মকালীন নৃত্য কৰ্মশালাখনৰ শনিবাৰে শুভাৰম্ভ হয়৷ ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লক্ষৰে আয়োজন কৰা কৰ্মশালাখনৰ শুভাৰম্ভ অনুষ্ঠানত অংগাভিনয় অসমৰ শিক্ষক-শিক্ষয়িত্ৰীকে প্ৰমুখ্য কৰি বহু ব্যক্তি উপস্থিত থাকে।

অহা ২০ জুলাইলৈকে সৃষ্টিশীল আধুনিক নৃত্য, সত্ৰীয়া নৃত্য আৰু যোগাসনৰ ওপৰত প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালাখনত ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে বুলি অংগাভিনয়ৰ পৰিচালিকা বনশ্ৰী শৰ্মা কলিতাই জানিবলৈ দিছে। পুৰণিগুদাম কেঞাপট্টি তিনিআলিত থকা অংগাভিনয়ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টি কৰায়ে মূল লক্ষ্য বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0