শংকৰদেৱৰ তিৰোভাৱ তিথি, ৰাজ্যৰ নামঘৰে নামঘৰে হৰিনামৰ ধ্বনি

Home ৰাজ্যশংকৰদেৱৰ তিৰোভাৱ তিথি, ৰাজ্যৰ নামঘৰে নামঘৰে হৰিনামৰ ধ্বনি

শংকৰদেৱৰ তিৰোভাৱ তিথি, ৰাজ্যৰ নামঘৰে নামঘৰে হৰিনামৰ ধ্বনি

by News Desk
123 views
A+A-
Reset

নগাঁও/ইটাখোলা/দলংঘাট/অভয়াপুৰীঃ অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়৷ মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাত উলাহ-মালহেৰে উদযাপন কৰা হয়৷

জিলাখনৰ গ্ৰামাঞ্চলৰ আকাশ-বতাহ জাউৰিয়ে জাউৰিয়ে পৰিবেশিত হৰিনামৰ অমিয়া সুৰৰ লগতে ঘোষা, পুথিপাঠ তথা খোল, নাগাৰা, ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা মাংগলিক ধ্বনিৰ সমাহাৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0