চৰাইদেউঃ ‘চৰাইদেউ জিলাৰ সোণাৰিৰ চিংল’ পথাৰত মৃত অৱস্থাত এটা বনৰীয়া হাতী উদ্ধাৰ কৰা হৈছে। সন্দেহ অনুসৰি পকা ধাননি পথাৰত ধান খাবলৈ অহা অৱস্থাতে উদ্ধাৰ বনৰীয়া চিংল’ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পকা ধাননি পথাৰত হাতীৰ পৰা ৰক্ষা কৰিবলৈ বিদুৎ পৰিবাহী তাঁৰ সংস্থাপন কৰাৰ বাবেই তাঁৰত লাগি হাতীটো হোৱা বুলি বন বিভাগৰ লগতে একাংশ লোকে কয়। মূলতঃ উক্ত অঞ্চলত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা জাকে জাকে বনৰীয়া হাতী ওলাই আহি পকা ধান খাই এক প্ৰকাৰে তহিলং কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷
111
previous post