73
গুৱাহাটীঃ সমগ্ৰ অসমকে কঁপাই যোৱা চিলাপথাৰ কাণ্ডত জড়িত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। অম্বিকা ৰায় নামৰ অধিবক্তাজনে সুবোধ কাণ্ডৰ অনুসন্ধান চলাই থকা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমৰ পৰা গোপনীয় তথ্য আহৰণ কৰাৰ উদ্দ্যেশ্যে আৰ টি আই দাখিল কৰিছিল৷
অধিবক্তাজনৰ এই কাৰ্যৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে ৰায়ক৷ উল্লেখ্য যে এই অম্বিকা ৰয়ে সুবোধৰ হৈ উচ্চতম ন্যায়লয়ত ওকালতি কৰি আছে৷