Home ৰাজ্যৰাইজৰ ধনেৰে বিদ্যালয়ৰ ভৱন নিৰ্মান, উদ্বোধন কৰিব মন্ত্ৰী হিমন্তই

ৰাইজৰ ধনেৰে বিদ্যালয়ৰ ভৱন নিৰ্মান, উদ্বোধন কৰিব মন্ত্ৰী হিমন্তই

by News Desk
56 views
A+A-
Reset

নলবাৰীঃ ৰাইজে নখ জোকাৰিলে নৈ বয়৷ সকলোৱে লগে ভাগে কাম কৰিলে জটিল কাম নতুবা সমস্যা সমাধান হয়৷ তেনে কামে কৰিলে দেখুৱালে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ একাংশ লোকে৷ চৰকাৰৰ সাহায্য নোহোৱাকৈ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত প্ৰায় প্ৰায় ডেৰ কোটি টকা মূল্যৰ এটা ভৱন নিৰ্মাণ কৰি উলিয়াইছে সকলোৱে লগে ভাগে।

বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই এই কথা সংবাদ মেল যোগে প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত উল্লেখ কৰাৰ উদ্দেশ্যে মুকালমুৱাত সংবাদমেল অনুষ্ঠিত কৰি বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অভিভাৱক তথা শুভকাংক্ষীৰ আৰ্থিক অনুদানেৰে বৃহৎ ভৱন নিৰ্মাণ কৰা বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0