64
বাইহাটা চাৰিঅালিঃ এইবাৰ চোৰৰ টাৰ্গেট বিদ্যালয়৷ কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ অঞ্চলয় চোৰে টাৰ্গেট কৰে বিদ্যালয়ৰ টেলিভিছন-কম্পিউটাৰক৷
মদনপুৰ মজলীয়া বিদ্যালয়ত চোৰে মঙলবাৰে নিশা অভিযান চলাই এটা টেলিভিছনসহ কম্পিউটাৰ চুৰি কৰি নিয়ে। বিদ্যালয় খনৰ এটা কোঠাৰ দৰ্জাৰ তলা ভাঙি চোৰে চুৰি কৰি নিয়ে টেলিভিছন আৰু কম্পিউটাৰ।