57
ডিজিটেল ডেস্কঃ পেট্ৰল ভৰাই আমনি লাগিছে নেকি? নে পেট্ৰল ভৰাবৰ বাবে এই উৎকট গৰমত পেট্ৰল পাম্পত শাৰী পাতি অতিষ্ঠ হৈছে? অধৈৰ্য্য হোৱাৰ কোনো কাৰণ নাই।
কিয়নো বেংগালুৰুৰ ষ্টাৰ্টআপ কোম্পানী এটাই অতি সোনকালে ভাৰতৰ বজাৰত মুকলি কৰিব চাৰ্জ দিব পৰা স্কুটাৰ। এতিয়া ঘৰতে বহি চাৰ্জ দি দিনটোৰ বাবে ওলাই আহিব পাৰিব।