84
ডি়জিটেল ৰিপ’ৰ্টঃ চৌদিশে কেৱল নাৰী নিৰ্যাতনৰ ঘটনা। নাৰীক সুৰক্ষা প্ৰদানত দুখলগাকৈয়ে ব্যৰ্থ আৰক্ষী-প্ৰশাসন। এনে পৰিপ্ৰেক্ষিতত নাৰীসকলৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে আত্মৰক্ষাৰ কৌশল।
নাৰীসকলে যাতে বিপদৰ সন্মুখীন হ’লেও সাহসেৰে প্ৰত্যুত্তৰ দিবলৈ সমৰ্থ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথত আয়োজন কৰা হৈছে বিশেষ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ।