Home ৰাজ্যবোকাজান পৌৰসভাৰ উদ্যোগত সমগ্ৰ নগৰত ছেনিটাইজকৰণ

বোকাজান পৌৰসভাৰ উদ্যোগত সমগ্ৰ নগৰত ছেনিটাইজকৰণ

by News Desk
A+A-
Reset
boka senti

বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া সমগ্ৰ দেশ লকডাউনৰ সময়ত ৰাজ্যৰ জনজীৱন স্তব্ধ হৈ পৰিছে। এই সময়ছোৱাত চৌদিশে দেখা গৈছে নিমাওমাও পৰিৱেশ। পাহাৰীয়া জিলা কাৰ্বি আংলঙতো বিৰাজ কৰিছে একেই পৰিৱেশ। 

মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ যাতে সংক্ৰমণ ঘটিব নোৱাৰে তাৰবাবে সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাতো বোকাজান মহকুমা প্ৰশাসন, বোকাজান পৌৰসভা, অগ্নিনিৰ্পাবক বাহিনীৰ বিষয়া-কৰ্মচাৰীসকল তৎপৰ হৈ পৰাৰ লগতে দিন-ৰাতি একাকাৰ কৰি বিভিন্ন ধৰণৰ সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। জিলাখনৰ বোকাজান নগৰত বিগত পাঁচদিন ধৰি বোকাজান মহকুমা প্ৰশাসন, বোকাজান পৌৰসভা আৰু অগ্নিনিৰ্পাবক বাহিনীয়ে নগৰখনৰ বিভিন্ন ঠাইত প্ৰৰ্যায়ক্ৰমে ছেনিটাইজকৰণ কৰি থকা দেখা গৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0