Home ৰাজ্যশেনচোৱাত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া

শেনচোৱাত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া

by News Desk
A+A-
Reset
98f5ef8a-65ed-48ca-8809-fad6549fc307

জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ শেনচোৱাত শুকুৰবাৰে বিয়লি এখন এল্ট’ গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। জানিব পৰা মতে, নগাঁও চহৰৰপৰা ৰহা অভিমুখে আহি থকা এল্ট’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত সোমাই পৰে। 

ফলত গাড়ীখনৰ চালকৰূপে থকা আৰক্ষী বিষয়া শশীকান্ত বৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ তেওঁক অতি সংকটজনক অৱস্থাত পুখুৰীৰপৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0