143
অপুৰ্ব বৰা, তেজপুৰঃ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিষ্ণুৰাভা দিৱসৰ লগত ৰাখি কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
য’ত উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থা ৰ সম্পাদক লুইন জ্যোতি গগৈ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, কেন্দ্ৰীয় সদস্য নিতুল বৰা ডাঙৰীয়া শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ দাস আদিয়ে অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনায়।