Home ৰাজ্যএপ’ল মিল পুণৰউজ্জীবিত কৰাৰ দাবীত প্ৰতিবাদ

এপ’ল মিল পুণৰউজ্জীবিত কৰাৰ দাবীত প্ৰতিবাদ

by News Desk
74 views
A+A-
Reset

ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপ’ল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ কোলাই-পাচিয়ে নধৰা হৈছে৷ বছৰ বছৰ ধৰি চৰকাৰে মিলটোক গুৰুত্ব আৰোপ নকৰাত ব্যাপক সমস্যাৰ মাজেৰে দিন পাৰ কৰিছে মিলটোৰ কৰ্মচাৰি সকলে৷ তেওলোকৰ দাবী মানি লবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৰঙিয়াৰ দল-সংগঠনে৷

তাৰ মাজতে এপল মিলৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এছ এফ আই আৰু ডিৱাইএফআই-এ৷ সংগঠন দুটাই মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰি এপল মিল পুণৰউজ্জীবিত কৰাৰ দাবী জনায়৷ অসমৰ একমাত্ৰ বস্ত্ৰ উদ্যোগ এপ’ল মিলটো পুণৰউজ্জীবিত কৰাৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ ১১বজাৰ পৰা এক বজালৈ সংগঠন দুটাই অৱস্থান ধৰ্মঘট ৰূপায়ন কৰি অতিশীঘ্ৰে এপ’ল মিলটো কাৰ্যক্ষম কৰি তুলিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0