Home দেশএয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীক চেণ্ডেলেৰে প্ৰহাৰ সাংসদৰ

এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীক চেণ্ডেলেৰে প্ৰহাৰ সাংসদৰ

by News Desk
68 views
A+A-
Reset

নতুন দিল্লীঃ এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীক আক্ৰমণ শিৱসেনা সাংসদৰ৷ বৃহস্পতিবাৰে দিল্লীৰ বিমান বন্দৰত সংঘটিত হয় এই ঘটনা৷ মহাৰাষ্ট্ৰৰ ওচামাবাদ সমষ্টিৰ সাংসদ ৰবীন্দ্ৰ গাইকোৱাডে বিজনেচ ক্লাচত ভ্ৰমণ কৰিব নোৱাৰাৰ বাবেই প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীক চেণ্ডেলেৰে প্ৰহাৰ কৰে৷

সাংসদজনে পুণাৰ পৰা দিল্লীলৈ ইক’নমি ক্লাছত যাত্ৰা কৰাৰ পিছতেই এই ঘটনা সংঘটিত কৰে৷ তদুপৰি সাংসদজনে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে তেওঁক ক্ষমা খোজাৰো দাবী জনায়৷ আনহাতে সাংসদজনৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0