
গুৱাহাটীঃ বৰপেটা জিলাৰ পশ্চিম আৰু বঙাইগাঁও জিলাৰ পূৱ অংশক সামৰি এক বৃহত্তৰ অঞ্চলৰ এক অন্যতম উচ্চ শিক্ষানুষ্ঠান কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র সন্মিলন ছিকিমৰ ৰাজধানী গেংটকত অনুষ্ঠিত কৰা হ’ব। গুৱাহাটীস্থ লেইজাৰ ট্রেভেলছৰ (Leisure Travels) বিশেষ ৰেহাইৰ সৌজন্যত বৰপেটাৰ পৰা গেংটকলৈ বাছেৰে কৰিবলগীয়া এই ভ্ৰমণত সাধাৰণ মূল্য ১৩,০০০ টকাৰ পৰিৱৰ্তে ইয়াৰ মূল্য মাত্ৰ ৫,০০০ টকালৈ হ্ৰাস কৰিছে৷ মুখ্য আয়োজক ডঃ বাতেন প্ৰধানীয়ে জানিবলৈ দিয়া মতে—