মাতৃৰ মৃত্যু ! অন্ত্যেষ্টিক্ৰিয়া কৰাত বিফল পুত্ৰক সহায় সদৌ অসম...

Home ভাইৰেলমাতৃৰ মৃত্যু ! অন্ত্যেষ্টিক্ৰিয়া কৰাত বিফল পুত্ৰক সহায় সদৌ অসম উন্নয়ন পৰিষদৰ সদস্যৰ

মাতৃৰ মৃত্যু ! অন্ত্যেষ্টিক্ৰিয়া কৰাত বিফল পুত্ৰক সহায় সদৌ অসম উন্নয়ন পৰিষদৰ সদস্যৰ

by News Desk
104 views
A+A-
Reset

শিৱসাগৰঃ শিৱসাগৰ শিৱ মন্দিৰ চৌহদত বহুতো গৃহহীন লোকে বাস কৰি আহিছে আৰু তেওঁলোকে নিজৰ  জীৱন যাপন কৰিবলৈ বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। কেতিয়াবা কোনোবাই খাবলৈ দিলে পেটৰ ভোক নোহোৱা হয় আৰু নহলে অনাহাৰে দিন পাৰ কৰিব লাগে।

শিৱসাগৰৰ শিৱ মন্দিৰত থকা এগৰাকী মাতৃযে যোৱা নিশা মৃত্যুক সাৱটি ললে আৰু আজি পৰ্যন্ত অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাছিল আৰ্থিক ভাৱে দুৰ্বল সন্তানে । শিৱসাগৰ শিৱ দৌল কমিটিয়ে খৰি দি নিজৰ দায়িত্ব সামৰিলে বুলি পুত্ৰই জনায়। গোটেই জীৱন শিৱ মন্দিৰত থকা মাতৃ গৰাকীৰ প্ৰতি কৰা অৱহেলাৰ বাবেই মৃতদেহ পথৰ কাষত পেলাই ৰাখিব লাগা হৈছিল। কি এইয়াই মানৱীয়তা নেকি?

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0