60
জয়সাগৰঃ সৰ্বদিশতে পৰিৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে খনৰ প্ৰতিশ্ৰুতি ভুৱা আছিল বুলি অভিযোগ উত্থাপন হ’ব ধৰিছে৷
সৰ্বদিশতে উন্নয়ণৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি, বিপিএফ দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰিব আৰম্ভ হৈছে অসমৰ গ্ৰাম্য এলেকাত৷