241
শিৱসাগৰঃ অসমৰ বহুতো ঠাইত বহু সুন্দৰ ঐতিহাসিক কীৰ্ত্তিচিহ্ন দেখা যায়৷ তাৰ মাজত জনপ্ৰিয় আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আহোম ৰজাৰ ৰাজধানী চহৰ ৰংপুৰ। এসময়ৰ ৰংপুৰ বৰ্তমান শিৱসাগৰ নামেৰে জনাজাত অসম তথা বিশ্বৰবাসীৰ মাজত।
